Oddbean new post about | logout
 বিচাৰিছো কাষৰতে
সদায়ে তোমাক
হ'লাহি কি বুকুৰ আপোন
নকওঁ মই আনক
ফুলিব দিয়া তুমি মোৰে
অময়া মৰমক
নাচিব দিয়া দুচকুতে
তৰুণী হেঁপাহক...
বিচাৰিছো কাষৰতে
সদায়ে তোমাক...
...
https://void.cat/d/TPuohPxwS2hwdXy1Pjw7Kc.webp
https://void.cat/d/KdBrxABpg1pnPcVNNow8xP.mp3