Oddbean new post about | logout
 জিলমিলীয়া কোমল বালি
তাহানিৰ কাহিনী কিয় শুনালি
বুকুতে মিঠা মিঠা বিহ ঢালিলি
বুকুতে মিঠা মিঠা বিহ ঢালিলি
জিলমিলীয়া কোমল বালি...
বালিমাহী বালিমাহী বালিমাহী
তই আজি কৱ দেখোঁ হাঁহি হাঁহি
উভতি নবয় সময় নদী
নুফুলে সৰা পাহি..
জিলমিলীয়া কোমল বালি
তাহানিৰ কাহিনী কিয় শুনালি...
..
https://void.cat/d/2ywjk9WixGfSN69Xs7DNRL.webp
https://void.cat/d/9QhJv8u6rZmxHL4Q7iFP3H.mp3