Oddbean new post about | logout
 বুকু হম হম কৰে মোৰ আই 
কোনে নিদ্ৰা হৰে মোৰ আই, 
পুত্ৰ হৈ মই কিমতে তৰো 
আই তোৰে হৈ মই মৰো, 
বুকু হম হম কৰে মোৰ আই..
..
দেশৰে চন্দ্ৰমা.. 
কাল এন্ধাৰে আৱৰে, 
অগনি কালিকা..
দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে চৰে, 
বুকু হম হম কৰে মোৰ আই..
..
https://void.cat/d/E4Z5vnf7G5byC11h61fwW6.webp
https://void.cat/d/2kr78689sb44ikBpKDothd.mp3