একবিংশ শতিকাৰ.. প্ৰেম কাহিনী ৰুমালৰে ভাঁজতে.. স্মৃতিৰে ৰেঙনি একবিংশ শতিকাৰ.. মোৰ কাহিনী ৰুমালৰে সাঁচতে.. স্মৃতি হৈ মৰমী ৰুমালৰ ভাঁজে-ভাঁজে.. দুখৰে বিননি ৰুমালত কাহিনী.. ৰুমালত জীৱনী ৰুমালত হুমুনিয়াহ.. ৰুমালত উচুপনি ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল এখন ৰঙা ৰুমাল ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল আজিৰ শেঁতা ৰুমাল.. ... https://void.cat/d/RWK8QXdU1dfvCfQJPYsgvS.webp https://void.cat/d/5wWRKuKp3DXvg46rc65wzw.mp3