Oddbean new post about | logout
 উজাগৰী এই ৰাতি 
তোমাৰ কথা ভাবি
মোৰ দুচকু ভৰি 
দুখ আহে নিগৰি
নাহিবি সোঁৱৰণী
নাহিবি সোঁৱৰণী..
...
https://void.cat/d/8KUAnZTYRqvqD18e1QF7Lf.webp
https://void.cat/d/Gji39ZVcJJHJWnNjBtNMXS.mp3