Oddbean new post about | logout
 শুনা শুনা
কানে কানে আজি সেই কথা
কোৱা কোৱা
মনে মনে আজি সেই কথা
বহুদিনৰে সাৱতি থকা
নোপোৱা বহু বেথা
এন্ধাৰ ৰাতিৰ জোনাকী তুমি
মোৰ জীৱন ছবিত
মনৰ হেপাহো তুমি
বহু ৰহন আঁকি ..নিৰৱে মোৰ..
কাষত আছা...
....
https://void.cat/d/CtBBj2qmXkNYfmsk2HrZRo.webp
https://void.cat/d/G2jLcgih8GHSYFCebzvCuz.mp3